Breaking News

The Storm and I / By Maina Gam Author & New Poem 2026 ধুমুহা আৰু মই

 

The Storm and I

Imege : Maina Gam


​The sky turns black with a heavy frown,

The winds begin to wail,

As the world bows low in shadows deep,

Beneath the lashing hail.

​The trees are bent like broken reeds,

The dust dances wild and free,

But amidst the chaos and the roar,

Stands a silent part of me.

"Blow your strongest, mighty gale,"

"Let your thunder split the sky,"

"For though you shake the ground I tread,"

"You cannot break the 'I'."


​You come with power to uproot the old,

To wash the dust away,

But I am the rock that holds its ground,

Waiting for the day.

​For every storm must lose its breath,

And every cloud must clear,

I’ll stand amidst the wreckage left,

Without a trace of fear.

​When the sun returns to kiss the earth,

And the world begins to mend,

I’ll be the one who survived the night—

A witness to the end.


ধুমুহা আৰু মই

​চৌদিশে আজি মেঘৰ গৰ্জন,

বতাহত হাহাকাৰ,

উন্মত্ত নাচোনত কঁপাইছে ধৰণী

আন্ধাৰে ঢাকিছে দুৱাৰ।

​গছ-লতা কঁপে ত্ৰাসত ব্যাকুল,

ধূলিৰ উৰা ধেমালি,

আকাশৰ বুকুত বিজুলীৰ চাবুক

মাৰিছে পোহৰৰ তৰালি।

​কিন্তু মই ৰৈছোঁ অটল হৈ,

বুকুত সাহস লৈ,

ধুমুহাক কওঁ— "আহিবি যিমান পাৰ"

নাযাওঁ মই কেতিয়াও থমকি ৰৈ।

​তুমি যদি ভাঙিবলৈ আছা চক্ৰবেহু,

মই আছোঁ গঢ়িবলৈ সপোন,

মোৰ এই মনটোৱেই হ’ব

তোমাক ভেটা দিয়া একোখন দেৱাল আপোন।

​ধুমুহা শেষ হ'ব, শান্ত হ'ব ৰাতি,

উদিব নতুন সূৰুযৰ হাঁহি,

ধূলি জোঁকাৰি মই আকৌ থিয় হ’ম

হাতত লৈ জীয়াই থকাৰ বাঁহী।

_© মাইনা গাম