হৃদয়ৰ পাণ্ডুলিপি মোৰ হৃদয়ৰ প্ৰতিটো ভাঁজত কেৱল তোমাৰেই ঠিকনা, এবাৰ মেলি চোৱা মোৰ মনৰ কিতাপখন; প্ৰতিটো আখৰত পাবা মাথোঁ তোমাৰ নামৰ মৌন গুঞ্জন। আৰম্ভণিৰ পৰা শেষলৈ— তুমি আছা, আৰু মাথোঁ তুমিয়েই আছা। © মাইনা গাম